Sayalipi (Female Version)
Similar songs
Barixa
DRIMONZ,Moyur Bora03:42
Jonome Jonome
Pritam Kashyap,Ankita Handique04:09
Adi Ruyi
KRISHNA PEGU03:06
Lakhimi Buwary
Baby Dihingia03:48
Ximonat Tumi
Pritimallika Khanikar04:26
Eti Mitha Xopun
Palash Tamuli05:31
Boroxa
Braja Rabha04:24
Anubhobe Abhimane
Tulika Das04:17
Dolisa
Deeplina Deka4:23
Similar Songs
Barixa
DRIMONZ,Moyur Bora
Jonome Jonome
Pritam Kashyap,Ankita Handique
Adi Ruyi
KRISHNA PEGU
Lakhimi Buwary
Baby Dihingia
Ximonat Tumi
Pritimallika Khanikar
Eti Mitha Xopun
Palash Tamuli
Boroxa
Braja Rabha
Anubhobe Abhimane
Tulika Das
Dolisa
Deeplina Deka
About song
Genre :Romantic
36 Plays
Vocal: Dalvi Talukder
Lyrics: Surajit Sharma
Composition: Rocktim Kaushik
Music: Manash Das (Miko)
Tabla & Percussion: Rupam Kalita
Flute : Anjan Medhi
Mixing & Mastering: Rupam Nath
Recorded at Studio AudioTunes, Kharghuli, Guwahati.
Copyright © TIMES TUNE RECORDS
Lyrics
কলিজাৰে উশাহতে
তোমাৰে নাম প্ৰতিলিপি
চুব খোজা পাব খোজা
তুমি প্ৰেমৰ ছায়াঁলিপি
নিয়ৰৰে চাদৰতে
চোৱানা মন উমলিছে
কলিজাৰে উশাহতে
তোমাৰে নাম প্ৰতিলিপি
দুৰু দুৰু কঁপে হিয়া
তুমি আহি দিলা দেখা
অতীতৰে পৰা সাচা
তোমালে ভালপোৱা
লৰালিৰে পৰা লিখা
মৰমৰে কিছু কথা
সপোনলে উৰি আহি
চুলেহি কলিজা
দুটি ওঁঠে নকলে যি
মনে মোৰে কলে আজি
তুমি বাৰু শুনিবানে কোৱা...
দুৰু দুৰু কঁপে হিয়া
তুমি আহি দিলা দেখা
অতীতৰে পৰা সাচা
তোমালে ভালপোৱা
কলিজাৰে উশাহতে
তোমাৰে নাম প্ৰতিলিপি
শিৰে শিৰে জমি গলে
আবেগৰে নদীবোৰে
তুমিবাৰু হৃদয়ৰে
পাবানে ঠিকনা
কিনো কলো নুশুনিলা
কিয় কলো নুবুজিলা
তুমি মোৰে আবেগেৰে
চিনাকি নহলা
এতিয়া আহিছা কিয়
মোলৈ মৰম আনিছা কিয়
দুৰণি হৈ গুচি যোৱাৰ পিছত...
কোনো এদিন আমি দুয়ো
মিলিম জানা কথা দিলো
তুমি মাথো মৰমেৰে
এবাৰ মাতিবা..
কলিজাৰে উশাহতে
তোমাৰে নাম প্ৰতিলিপি
চুব খোজা পাব খোজা
তুমি প্ৰেমৰ ছায়াঁলিপি